Ebooks

Science Question for Assam Competitive Exam | DME QUESTION ANSWER - AXOM FUTURE





 Q1 : ৰেক্টৰ (Richter Scale) স্কেল কি?


উত্তৰ : ভূমিকম্পৰ প্ৰাবল্য মাপক






Q2 : পদাৰ্থৰ গঠন বুজাবলৈ পৰমাণু তত্ত্বৰ প্ৰস্তাৱ কোনে কৰিছিল?


উত্তৰ : ডেল্টনে




Q3. হীৰা আৰু গ্ৰেফাইটৰ দহনত কি গেছ উৎপন্ন হয়?


উত্তৰ : কাৰ্বন-ডাই-অক্সাইড






Q4. কিহৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বৃত্ত তালিকা খন প্ৰস্তুত কৰা হৈছে?


উত্তৰ : মৌলবোৰৰ পৰমাণু ক্ৰমাংকৰ ওপৰত ভিত্তি কৰি






Q5.এৰা গাখীৰক দৈ কৰা বেক্টেৰিয়া বিধৰ নাম কি ?


উঃ লেক্টবেছিলাছ





Q6. গাখীৰত থকা প্ৰটিন বিধৰ নাম কি ?


উঃ কেজিন।





Q7. বর্তমান পৃথিবীৰ আটাইতকৈ ওখ জন্তুবিধৰ নাম কি?


উ: জিৰাফ।




Q8. সাধাৰণতে বায়ুমণ্ডলত কোনবিধ গেছে এচিড বৰযুণৰ সৃষ্টি কৰে?


উ: ছালফাৰ-ডাই-অক্সাইড 




Q9. অজন গেছৰ তৰপটো বায়ুমণ্ডলৰ কোন অংশত আছে ?


উঃ ষ্টেটোস্ফিয়াৰ




Q10. কোনবিধ উদ্ভিদৰ পৰা কানি প্রস্তুত কৰা হয় ?


উঃ আফিং।




Q11. সর্বাধিক পৰিমাণৰ ভিটামিন -C থকা ফলবিধৰ নাম কি ?


উঃ আমলখি |





Q12. কফিত থকা ৰাসায়নিক পদার্থ বিধৰ নাম কি?


উঃ কেফেইন




Q13. বায়ুমণ্ডলত সৰ্বাধিক থকা গেছবিধৰ নাম কি ?


উঃ নাইট্ৰোজেন 




Q14. শ্বসনক এটা ________ বিক্রিয়া 


Ans- তাপবর্জী



Q15. সাধাৰণ উষ্ণতাত জুলীয়া ধাতুটোৰ নাম কি ?


Ans- পাৰা 




Q16. কটাৰিৰে সহজে কাটিব পৰা ধাতুটোৰ নাম কি ?



Ans- লিথিয়াম 





Q17. তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটোৰ নাম কি ?


Ans- কপাৰ 





Q18. সংকৰ ধাতু কি?


উত্তৰঃ সংকৰ ধাতু (alloy) হ’ল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ



Q19. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো


উত্তৰঃ আইৰণ




Q20. খাদ্যবস্ত্ত ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; যিংকৰ নহয়। কাৰণ 


উত্তৰঃ যিংক টিনতকৈ অধিক সক্ৰিয়



No comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();
Powered by Blogger.