জীৱজগত জীৱজগত The Living World Mock Test in Assamese 1. জীৱ বিজ্ঞানৰ পিতৃ কাক কোৱা হয়? থিওফ্ৰাষ্টাছ আৰিষ্টটল ডাৰউইন হুক 2. Binomial নামকৰণৰ জনক কোন? আৰিষ্টটল লাইনিয়াছ থিওফ্ৰাষ্টাছ হুক 3. Binomial নামত কিমানটা শব্দ থাকে? ১টা ২টা ৩টা ৪টা 4. Binomial নামত প্ৰথমটো শব্দ কি বুজায়? Species Genus Family Order 5. Binomial নামকৰণৰ নাম কোন ভাষাত? গ্ৰীক ইংৰাজী লেটিন সংস্কৃত 6. নিচিনা গুণযুক্ত এক গোট জীৱক কি কোৱা হয়? প্ৰজাতি বৰ্গ গণ পৰিয়াল 7. ICZN কোনৰ নামকৰণৰ বাবে ব্যৱহাৰ হয়? উদ্ভিদ জীৱজন্তু ভাইৰাছ ব্যাক্টেৰিয়া 8. ICBN কোনৰ নামকৰণৰ বাবে ব্যৱহাৰ হয়? জীৱজন্তু উদ্ভিদ ভাইৰাছ ব্যাক্টেৰিয়া 9. Genus আৰু Species মিলি কি গঠন কৰে? Trinomial নাম Binomial নাম Family Order 10. কোনো জীৱৰ বৈজ্ঞানিক নামত প্ৰথম শব্দটো কিদৰে লিখা হয়? সৰু অক্ষৰত ডাঙৰ অক্ষৰত Bold কৰা হয় আঁচল সৰু অক্ষৰত 11. Binomial নাম কেতিয়াবা কিদৰে লিখা হয়? Italics Bold CAPITAL underline 12. Organism Profile ৰ সকলো তথ্য থাকে... Monograph Manual Flora Catalogue 13. Flora কি? উদ্ভিদৰ তালিকা জন্তুৰ তালিকা ব্যাক্টেৰিয়াৰ তালিকা ভাইৰাছৰ তালিকা 14. কোনটো বৃহত্তম শ্রেণীবিভাজন? গণ পৰিয়াল পৰ্যায় জগত 15. Species নামটো সাধাৰণতে কি হয়? ডাঙৰ অক্ষৰত সৰু অক্ষৰত Italics Bold 16. Classifications ৰ মুল উদ্দেশ্য কি? সহজ চিনাকি বৈজ্ঞানিক নামকৰণ Bio-data চিত্ৰ আঁকা 17. Taxonomy কি? খাদ্যৰ বিজ্ঞান নামকৰণ, পৰিচয় আৰু শ্রেণীবিভাজন দেহ গঠন চেতনা 18. Classification ৰ স্তৰবোৰক কি কোৱা হয়? Units Taxa Parts Cells 19. Species শব্দৰ অৰ্থ কি? শ্রেণী ভিন্নতা ধৰণ চিনাকি 20. লুই পাস্তুৰৰ অৱদান কি? Classification জীবাণুবিদ্যা দেহবিজ্ঞান পৰিসংখ্যা Submit